চেঞ্চুৰিয়ানত আজি দক্ষিণ আফ্ৰিকাৰে টীম ইণ্ডিয়াৰ তৃতীয় টি-২০
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ নৱেম্বৰঃ ঘৰুৱা দল দক্ষিণ আফ্রিকা আৰু টীম ইণ্ডিয়াৰ মাজৰ চাৰিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ তৃতীয়খন মেচ আজি চেঞ্চুৰিয়ানত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটোৰ প্রথমখন মেচত টীম ইণ্ডিয়াই আৰু দ্বিতীয়খন মেচত দক্ষিণ আফ্রিকাই জয়লাভ কৰাৰ পিছত কাইলৈৰ মেচখন দুয়োটা দলৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ শৃংখলাটোত অগ্রগতিৰ লক্ষ্যৰে…
Read More...