টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মিচেল ষ্টাৰ্কৰ
অষ্ট্ৰেলিয়াৰ ত্ৰাস সৃষ্টিকাৰী বেগী বলাৰ মিচেল ষ্টাৰ্কে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে, যাতে তেওঁ অষ্ট্ৰেলিয়াৰ ২০২৬ৰ শেষৰ ফালে থকা টেষ্ট ক্ৰিকেটৰ ব্যস্ত সূচী আৰু ২০২৭ৰ এদিনীয়া বিশ্বকাপৰ ওপৰত মনোযোগ দিব পাৰে।
৩৫ বছৰীয়া ষ্টাৰ্কে ২০১২ চনত অভিষেকৰ পিছত ৬৫খন টি-২০ আন্তৰ্জাতিক মেচ খেলিছে আৰু তেওঁ ২০২১ চনত ইউ এ ই-ত অষ্ট্ৰেলিয়াৰ প্ৰথম…
Read More...