দক্ষিণ আফ্রিকাৰ সন্মুখত আত্মবিশ্বাসী সূর্য কুমাৰ নেতৃত্বাধীন টীম ইণ্ডিয়া
🔹 প’ৰ্ট এলিজাবেথত আজি দ্বিতীয় টি–২০
নিউজ ডেস্ক, ১০ নৱেম্বৰ : ঘৰুৱা দল দক্ষিণ আফ্রিকা আৰু টীম ইণ্ডিয়াৰ মাজৰ চাৰিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি প’ৰ্ট এলিজাবেথত অনুষ্ঠিত হ’ব৷ প্রথমখন মেচত সহজ বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে আজিৰ মেচতো বিজয় সাব্যস্ত কৰি শৃংখলাটোত ২–০ৰ অগ্রগতি লাভ কৰাৰ লক্ষ্য লৈছে৷ উল্লেখ্য যে…
Read More...