আইচিচি টেষ্ট ৰেংকিং : প্রথম ২০ৰ পৰা বাহিৰ বিৰাট কোহলি
নিউজ ডেস্ক, ৭ নৱেম্বৰ : টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ আইচিচি টেষ্ট ৰেংকিঙত বৃহৎ অৱনমন ঘটিছে৷ শেহতীয়াকৈ প্রকাশ পোৱা আইচিচি টেষ্ট ৰেংকিঙৰ বেটাৰ শাখাৰ প্রথম ২০ৰ পৰা বাহিৰ হয় কোহলি৷ নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত তিনিখনীয়া টেষ্ট মেচৰ শৃংখলাটোত দাঙি ধৰা দুর্বল প্রদর্শনৰ বাবেই ৮টা স্থান পিছুৱাই ২২সংখ্যক স্থানটো লাভ কৰে কোহলিয়ে৷ ইফালে, টীম…
Read More...