নিউজিলেণ্ডৰে পৰাস্ত : ভাৰতৰ সমীকৰণত লাগিছে আউল
🔹 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ শংকা
নিউজ ডেস্ক, ২৮ অক্টোবৰ : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিব নোৱাৰিলেও দুবাৰ ফাইনেলত প্রৱেশ কৰিছিল ভাৰতীয় দলে৷ ধাৰাবাহিকতা প্রদর্শনেৰে এইবাৰো ভাৰতে সহজেই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’ব বুলি আশা কৰিছিল সকলোৱে৷ ইটোৰ পিছত সিটো টেষ্ট শৃংখলা জয়েৰে এই দিশত শক্তিশালী স্থিতি…
Read More...