জল্পনা–কল্পনাৰ অন্ত : ভাৰতীয় ফুটবল দলৰ নতুন প্রশিক্ষক খালিদ জামিল
জল্পনা–কল্পনাৰ অন্ত৷ ভাৰতীয় ফুটবল দলৰ নতুন প্রশিক্ষক খালিদ জামিল৷ বহুদিনৰ মূৰত ভাৰতীয় ফুটবলত দেখা যাব এজন ভাৰতীয় প্রশিক্ষক৷ ইষ্ট বেংগল, মোহন বাগানকে ধৰি কেইবাটাও আইএছএল দলৰ প্রশিক্ষকৰ দায়িত্বত থকা খালিদৰ ওপৰত আস্থা ৰাখিছে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে৷
ছ’চিয়েল মিডিয়াত ফেডাৰেচনে খালিদৰ নিযুক্তিৰ কথা ঘোষণা কৰে৷ মানোলো মার্কেজে যোৱাৰ পিছৰে পৰা ভাৰতীয়…
Read More...