টেষ্ট ৰেংকিঙত পতন ৰোহিত শর্মা–বিৰাট কোহলিৰ
🔹 ষষ্ঠ স্থানলৈ উন্নীত ঋষভ পণ্ট, অলৰাউণ্ডাৰৰ শীর্ষত জাদেজা
নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : প্রায় দুবছৰৰ মূৰত টেষ্ট ক্রিকেটলৈ প্রত্যাৱর্তন কৰিয়েই আইচিচি টেষ্ট ৰেংকিঙৰ বেটিং শাখাৰ শীর্ষ দহত স্থান লাভ কৰিলে টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্টে৷ আইচিচিৰ সদ্যপ্রকাশিত টেষ্ট ৰেংকিঙৰ বেটাৰ শাখাৰ ষষ্ঠ স্থানলৈ উন্নীত হৈছে পণ্ট৷ বাংলাদেশৰ বিপক্ষে…
Read More...