ইতিহাস ৰচি মহিলা বিশ্বকাপ দবাৰ ফাইনেলত দিব্যা
🔹 ছেমিফাইনেলত ১৯ বছৰীয়া দিব্যাই পৰাস্ত কৰে চীনৰ টান ঝংজীক
নিউজ ডেস্ক, ২৫ জুলাই : ভাৰতীয় দবাত ইতিহাস৷ মহিলা বিশ্বকাপ দবাৰ ফাইনেলত প্রৱেশ কৰি প্রথমগৰাকী ভাৰতীয় মহিলা দবাৰু হিচাপে ইতিহাস ৰচনা কৰে দিব্যা দেশমুখে৷ জর্জিয়াৰ বাটুমিত চলি থকা প্রতিযোগিতাখনৰ ছেমিফাইনেলত ১৯ বছৰীয়া দিব্যাই প্রাক্তন বিশ্ব চেম্পিয়ন তথা সম্প্রতি বিশ্বৰ চতুর্থ বাছনিৰ চীনৰ টান…
Read More...