জয় শ্বাহ আইচিচিৰ পৰৱৰ্তী নতুন অধ্যক্ষ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ আগষ্টঃ ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ আইচিচিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ আই চি চিৰ অধ্যক্ষ হিচাপে পৰিগণিত হোৱা আটাইতকৈ কম বয়সীয়া ভাৰতীয়। ৩৬ বছৰ বয়সত এই দায়িত্ব লৈছে জয় শ্বাহে। জয় শ্বাহৰ আগতে ভাৰতৰ আন আন ষ্টালৱাৰসকলে এই পদত অধিষ্ঠিত হৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল জয় শ্বাহ…
Read More...