আইচিচিৰ অধ্যক্ষ পদত জয় শ্বাহ!
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ বিচিচিআইৰ সচিব জয় শ্বাহক আন্তর্জাতিক ক্রিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষৰ পদত নিযুক্তি দিয়াৰ পূর্ণ সম্ভাৱনা দেখা গৈছে৷ আইচিচিৰ বর্তমানৰ অধ্যক্ষ গ্রেগ বার্কলেই ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে পৰিচালনা সমিতি আৰু ইয়াৰ মুখ্য সম্প্রচাৰ অধিকাৰী ষ্টাৰ অষ্ট্রেলিয়াৰ মাজত হোৱা বিবাদৰ মাজতে তেওঁৰ পদত্যাগৰ কথা ঘোষণা কৰে৷ সেয়ে বার্কলেৰ…
Read More...