লর্ডছত ইংৰাজৰ প্রত্যাহ্বান গ্রহণৰ বাবে সাজু গিল বাহিনী
🔹 আজিৰে পৰা তৃতীয় টেষ্ট : সালসলনি ঘটিব ভাৰতীয় দলত
নিউজ ডেস্ক, ১০ জুলাই : হেডিংলেত পৰাজয় আৰু বার্মিংহামত ঐতিহাসিক জয়৷ ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে খেলি থকা এণ্ডাৰছন-তেণ্ডুলকাৰ ট্রফী পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ১–১ত সমতা স্থাপন ভাৰতৰ৷ বার্মিংহামত জয় ভাৰতৰ বাবে আছিল এক অনন্য মাইলষ্টোন ৷ কিয়নো ইয়াৰ পূর্বে এইখন খেলপথাৰত ভাৰতে কেতিয়াও টেষ্ট মেচত জয়লাভ…
Read More...