আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপত সোণৰ পদক দখল বৰভাগৰ দীপামণিৰ
নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ সদৌ অসম আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰি নলবাৰীৰ বৰভাগলৈ গৌৰৱ কঢ়িয়াই আনিলে দীপামণি কলিতাই। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত লৰা-ছোৱালী উভয়ৰ মাজত অনুষ্ঠিত হৈ যোৱা ৪ আৰু ৫ আগষ্টত সদৌ অসম আন্তঃজিলাৰ উশ্বু চেম্পিয়নশ্বিপত নলবাৰীৰ দীপামণি কলিতাই সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। নলবাৰীৰ বৰভাগৰ মৌৰা গাঁৱৰ দীপামণি কলিতাই…
Read More...