WTC : চেম্পিয়ন দক্ষিণ আফ্রিকাই লাভ কৰিলে ৩০.৭৮ কোটি টকা
🔹 WTC : চেম্পিয়ন দক্ষিণ আফ্রিকাই লাভ কৰিলে ৩০.৭৮ কোটি টকা
🔹 তৃতীয় স্থানত থকা টীম ইণ্ডিয়াই পালে ১২.১৩ কোটি টকা
নিউজ ডেস্ক, ১৫ জুন : ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়াক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জিনিলে দক্ষিণ আফ্রিকাই৷ সুদীর্ঘ ২৭ বছৰৰ পাছত পুনৰ আইচিচি ট্রফী লাভ কৰি ইতিহাস ৰচিলে প্রটিয়াজ বাহিনীয়ে৷ ডব্লিউটিচিৰ খিতাপ জয় কৰি দক্ষিণ…
Read More...