কিং কোহলিৰ অভিলেখ স্পর্শ সূর্যকুমাৰ যাদৱৰ
বিশেষ বাৰ্তা, ২৯ জুলাই : শ্রীলংকাৰ বিৰুদ্ধে প্রথমখন টি–২০ মেচত বিৰাট কোহলিৰ কীর্তি স্পর্শ কৰিছে সূর্যকুমাৰ যাদৱে৷ পৰহি ৫৮ ৰানৰ ইনিংছ খেলি মেচখনৰ শ্রেষ্ঠ ক্রিকেটাৰৰ পুৰস্কাৰ লাভ কৰিছে ভাৰতৰ নতুন টি–২০ অধিনায়কগৰাকীয়ে৷ ইয়াকে লৈ টি–২০ আন্তর্জাতিক ক্রিকেটত ১৬বাৰ মেচৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে সূর্যকুমাৰে৷ ৬৯খন মেচ খেলি ১৬বাৰ শ্রেষ্ঠ সন্মান অর্জন…
Read More...