পৰাজয়ৰ গ্লানি লৈ ইংলেণ্ডৰ প্রশিক্ষক পদ ত্যাগ গাৰেথ ছাউথগেটৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুলাইঃ গাৰেথ ছাউথগেটে ইংলেণ্ড ফুটবল দলটোৰ প্রশিক্ষক পদৰ পৰা পদত্যাগ কৰিছে৷ সদ্যসমাপ্ত ইউৰো কাপৰ ফাইনেলত স্পেইনৰ হাতত পৰাস্ত হোৱাৰ পিছত আজি ছাউথগেটে ইংলেণ্ডৰ প্রশিক্ষক পদৰ পৰা পদত্যাগ কৰে৷ ইয়াৰ লগে লগে ৮ বছৰ ধৰি ইংলেণ্ড দলটোৰ সৈতে থকা সম্পর্কৰ যতি পৰিল ছাউথগেটৰ৷ ২০১৬ চনৰ পৰা ইংলেণ্ডৰ প্রশিক্ষক হিচাপে কাম কৰি আহিছিল…
Read More...