IPLৰ খিতাপ জয়ৰ আশা পূৰণ RCBৰ, নেতৃত্বত ৰজত পাটিদাৰ
নিউজ ডেস্ক, ৪ জুন : সুদীর্ঘ ১৭ বছৰীয়া প্রতীক্ষাৰ অন্ত পেলাই IPLৰ খিতাপ জয় কৰিলে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷ বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ শ্বাসৰুদ্ধ খিতাপ যুঁজৰ মেচখনত বেংগালুৰুৱে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে৷ ইয়াৰ লগে লগে ১৭ বছৰীয়া আধৰুৱা সপোন পূর্ণ হ’ল আৰচিবিৰ৷
ইয়াৰ পূর্বে দলটোৱে তিনিবাৰ ফাইনেলত প্রৱেশ…
Read More...