IPLৰ এলিমিনেটৰ-ত কাৰ উজলিব ভাগ্য! হাৰ্দিক নে গিলৰ
IPLৰ এলিমিনেটৰ-ত কাৰ উজলিব ভাগ্য! হাৰ্দিক নে গিলৰ
নিউজ ডেস্ক, ৩০ মে' : শুভমন গিল নে হাৰ্দিক পাণ্ডিয়া? আজি এলিমিনেটৰত জিলিকিব কাৰ ভাগ্য। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ এলিমিনেটৰ মেচত আজি গুজৰাট টাইটানছ (জি টি) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মাজত মুখামুখি হ’ব।
দুয়োটা দলৰ মাজত এই খেলখন মুল্লানপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয়…
Read More...