কোহলি–ৰোহিতহঁতক দেখিয়েই জিকিবলৈ শিকিছোঁ : গিল
🔹 সফল হোৱাৰ মন্ত্র প্রকাশ নতুন অধিনায়কৰ
নিউজ ডেস্ক, ২৬ মে’ : ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া টেষ্ট শৃংখলাত নাথাকিব বিৰাট কোহলি, ৰোহিত শর্মা আৰু আৰ অশ্বিন৷ কিন্তু এই তিনিগৰাকী ক্রিকেটাৰেই তেওঁক শিকাইছে কিদৰে টেষ্ট শৃংখলা জিকিব পাৰি৷ অধিনায়কৰ দায়িত্ব লাভ কৰি প্রথমবাৰৰ বাবে মুখ খুলিলে শুভমন গিলে৷ ইয়াৰ লগতে তেওঁ ব্যাখ্যা কৰিলে সফলতাৰ মন্ত্র৷ ব’র্ডে প্রকাশ…
Read More...