বিশ্বপ্রসিদ্ধ অজন্তা–ইলোৰা
প্রণামী বর্মন
ভ্রমণপ্রিয়তা সকলোৰে বাবে উল্লেখনীয় দিশ৷ ভাৰত এনে এখন ঠাই, য’ত ভ্রমণ কৰিব পৰা বহুতো আকর্ষণীয় ঠাই আছে৷ সি লাগিলে নৈসর্গিক প্রাকৃতিক পৰিৱেশেই হওক, মঠ–মন্দিৰেই হওক, পৰিষ্কাৰ ঠাই নাইবা তেনে কোনো অঞ্চলেই হওক৷ বিপৰীতে ভাৰত হৈছে বুৰঞ্জীপ্রসিদ্ধ ঠাই৷ বহু ধৰণৰ ঐতিহাসিক সমলেৰে ভৰি আছে ভাৰত৷ ভাৰতৰ সংস্কৃতি হৈছে ধর্মীয়৷ ধর্মৰ ওপৰত অগাধ…
Read More...