স্তনৰ অঁহীয়া গ্রন্থি নাৰেঙা
ডাঃ নিৰ্মল বৰা
স্তনৰ ৰোগসমূহৰ ভিতৰত কর্কট ৰোগৰ পিছতে অঁহীয়া গ্রন্থি নাৰেঙাই ভয়াৱহ৷ সাধাৰণতে এই ৰোগ ১৫ বছৰৰ পৰা ৩০ বছৰীয়া মহিলাৰ স্তনত দেখা যায়৷ অর্থাৎ সন্তান জন্ম দিব পৰা ক্ষমতা অর্জন কৰা সময়ছোৱাৰ আদি ভাগত৷ ৪০ বছৰ বয়সৰ পিছত এই ৰোগ সাধাৰণতে হোৱা দেখা নাযায় ৷
ৰোগীৰ স্তনৰ ভিতৰত এটা বা ততোধিক গুটিৰ দৰে টেমুনাৰ উদ্ভৱ হয়৷ এইবোৰ আয়তনত…
Read More...