ডায়েবেটিছ ৰোগীৰ বাবে
১৷ প্রতিদিনে এটা ফল খাব আৰু সেয়াও পৰাপক্ষত নিম্ন পটাছিয়ামযুক্ত ফল৷
২৷ প্রতিদিনে মাত্র একাপ চাহ বা কফী খাব৷
৩৷ পটাছিয়ামযুক্ত শাক–পাচলি তলত উল্লেখ কৰাৰ দৰে পটাছিয়াম কম কৰি লৈহে খাব৷
৪৷ নাৰিকলৰ পানী, ফলৰ ৰস আৰু উচ্চ পটাছিয়ামযুক্ত খাদ্য বর্জন কৰক৷
৫৷ প্রায় সকলো খাদ্যতে অলপ নহয় অলপ পটাছিয়াম থাকেই৷ গতিকে পৰাপক্ষত কম মাত্রাৰ পটাছিয়ামযুক্ত খাদ্যহে…
Read More...