হায়দৰাবাদ বিমানবন্দৰত কেইবাখনো বিমান ডাইভাৰ্ট
বেয়া বতৰৰ বাবে মঙলবাৰ ৰাতি হায়দৰাবাদ বিমানবন্দৰত আহি থকা ৫খন বিমান অন্য চহৰলৈ ঘূৰাই পঠিওৱা হয় বুলি বিষয়াসকলে জনাইছে। যদিও এতিয়া পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে বুলি তেওঁলোকে কয়।
ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বতৰৰ অৱস্থা অৱতৰণৰ বাবে উপযোগী নাছিল, ফলত লক্ষ্ণৌ, কলকাতা, মুম্বাই আৰু জয়পুৰৰ পৰা অহা বিমানসমূহক ওচৰৰ বিমানবন্দৰলৈ ঘূৰাই…
Read More...