বিজেপিৰ লক্ষ্য ৫০ শতাংশতকৈও অধিক ভোট : মই অখিল গগৈৰ এজন ‘বিগ ফেন’
ৰাইজৰ মাজত পুনৰবাৰ চৰ্চালৈ আহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লক্ষ্য কৰি কঠোৰ মন্তব্য কৰি কয় যে “অখিল গগৈ এতিয়া কেৱল ফেচবুকৰ নেতা। নিজৰ সমষ্টি ৰক্ষা কৰাৰ স্বাৰ্থতেই নিৰ্বাচনৰ আগতেই কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিব।”
কংগ্ৰেছৰ সৈতে মিত্ৰতা বিচাৰি ব্যস্ত হৈ থকা অখিল গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে…
Read More...