কেজৰিৱালৰ গ্ৰেপ্তাৰত তীক্ষ্ণ দৃষ্টি আমেৰিকা-জাৰ্মানীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ কিছুদিন পূৰ্বে দিল্লী আবকাৰী নীতি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত তেওঁক বলৱৎকাৰী সঞ্চালকালয়ে (ইডি) গ্ৰেপ্তাৰ কৰিছিল। বিষয়টোৰ প্ৰতিধ্বনি আমেৰিকাৰ পৰা জাৰ্মানীলৈকে বিয়পি পৰিল আৰু আমেৰিকাই ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ভাৰতে আজি আমেৰিকাৰ…
Read More...