এডভাণ্টেজ আছাম ২.০ৰ প্রত্যাশা
কৃষিপ্রধান ৰাজ্য অসমৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰিবলৈ উদ্যোগ–বাণিজ্য ক্ষেত্রখনৰ সম্প্রসাৰণ হ’বই লাগিব৷ ইয়াৰ বিকল্প পথ নাই৷ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত ঔদ্যোগিক ক্ষেত্রখন আশা কৰা ধৰণে প্রসাৰ হোৱা নাই৷ ইয়াৰ মূলতে হ’ল দেশৰ ৰাজধানীৰ সৈতে ভৌগোলিক দূৰত্ব, প্রয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আৰু অঞ্চলটোত দীর্ঘকাল বিৰাজমান হিংসাজর্জৰ পৰিস্থিতি৷ ৯০ দশকৰ…
Read More...