আহমেদাবাদ বিমান দুর্ঘটনা : আমেৰিকা–ব্রিটেইনৰ আইনী মেৰপেঁচত এয়াৰ ইণ্ডিয়া!
আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ শোকাৱহ বিমান দুর্ঘটনাক লৈ বিপাঙত পৰিব পাৰে এয়াৰ ইণ্ডিয়া৷ গ্রেট ব্রিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ আইনী মেৰপেঁচত সোমাব পাৰে এয়াৰ ইণ্ডিয়া৷ কেইবাটাও আন্তর্জাতিক আইনী কোম্পানীয়ে ইতিমধ্যে বিমান দুর্ঘটনাত নিহত পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে৷
আন্তর্জাতিক আইনী কোম্পানীৰ ভিতৰত আছে ব্রিটেইনৰ কিষ্টন আৰু আমেৰিকাৰ উইণ্ডছাৰ ল’ ফার্ম৷ এই…
Read More...