নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত পুনৰ দিন ডকাইতিৰ ঘটনা

ডকাইতে লুটিলে প্ৰায় ৬ লাখ টকা

গুৱাহাটীঃ মহানগৰীৰ গীতানগৰত দিন ডকাইতিৰ ঘটনা। বেংকত জমা থ’বলৈ যাওতেই এজন লোকৰ পৰা লুটিলে প্ৰায় ৬লাখ টকা। এখন নীলা ৰঙৰ পালছাৰ বাইকত আহিছিল দুৰ্বৃত্তৰ দলটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

You might also like