নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ছয়মাইলত দিন ডকাইতিৰ ঘটনা। এখন বাইকত অহা দুটা দুৰ্বৃত্তই বসন্ত হাতীমূৰীয়া নামৰ লোকজনৰ পৰা লুটিলে প্ৰায় ১লাখ ৫২ হাজাৰ টকা। ছয়মাইলৰ SBIৰ সমীপত সংঘটিত হৈছে এই ঘটনা। SBIৰ শাখাৰ পৰা ধনখিনি উলিয়াই আনিছিল লোকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
Prev Post
You might also like