নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁও শৰাইঘাট দলঙৰ তলত অঘটন

  • আমিনগাঁও শৰাইঘাট দলঙৰ তলত অঘটন।
  • নদীত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন দুজন কিশোৰ।
  • আমিনগাঁও কালিবাৰীৰ ৰাজশেখৰ পাল (১৮) আৰু অনুজ যাদৱ (১৫) সন্ধানহীন।
  • ঘটনাস্থলীত উপস্থিত আমিনগাঁও আৰক্ষী।
  • ব্ৰহ্মপুত্ৰত নিখোজ হোৱা দুই কিশোৰক কেন্দ্ৰ কৰি আমিনগাঁৱত শোকাকুল পৰিৱেশ।

ডিজিটেল ডেস্ক, ১ জুন

You might also like