নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত পানী টেংকীত যুৱকৰ মৃতদেহ উদ্ধাৰ

  • গুৱাহাটী লোকভৱনৰ সমীপত থকা জাইকাৰ পানী টেংকীত যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • যুৱকজনৰ নাম কামেশ বুলি জানিব পৰা গৈছে।
  • যুৱকজনৰ বয়স আনুমানিক ২৯/৩০ বছৰ।
  • যুৱকজন জাইকাৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ২৯ মে’

You might also like