নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিৰ ৱার্ডৰ সংখ্যা ৬০টালৈ বৃদ্ধিৰ প্রস্তাৱ

পুনৰ নির্ধাৰণৰ প্রস্তাৱ সম্বলিত খচৰা প্রকাশঃ ১৯ জানুৱাৰীৰ ভিতৰত ৰাইজে দাখিল কৰিব পাৰিব ওজৰ–আপত্তি

ৱার্ড নং–১ঃ শদিলাপুৰৰ এটা অংশ, দাহন গাড়ীগাঁও, কছাৰী গাড়ীগাঁও, পশ্চিম জালুকবাৰীৰ এটা অংশ, উত্তৰ জালুকবাৰীৰ এটা অংশ৷
ৱার্ড নং–২ঃ নামবাৰী ৰে’লৱে কলনী, গোটা নগৰৰ এটা অংশ, উত্তৰ জালুকবাৰীৰ এটা অংশ, মাজৰ জালুকবাৰী, পশ্চিম জালুকবাৰীৰ এটা অংশ, তেতেলীয়াৰ এটা অংশ, দক্ষিণ জালুকবাৰীৰ এটা অংশ৷
ৱার্ড নং–৩ঃ পাণ্ডু নিউ ৰে’লৱে কলনী, ফেৰীঘাট ৩নং ৰে’লৱে কলনী, ফেৰীঘাট ৪নং ৰে’লৱে কলনী, ফেৰীঘাট ৫নং ৰে’লৱে কলনী, ফেৰীঘাট ৬নং ৰে’লৱে কলনী আৰু ইনষ্টিটিউট ৰে’লৱে কলনী৷
ৱার্ড নং–৪ঃ পাণ্ডু ৰেষ্ট কেম্প ৰে’লৱে কলনীৰ এটা অংশ, ৱাটাৰ ৱর্কছ ৰে’লৱে কলনীৰ এটা অংশ, টেম্পল ঘাট কলনী৷
ৱার্ড নং–৫ঃ আদাবাৰী, গড় পাণ্ডু অঞ্চল৷
ৱার্ড নং–৬ঃ মালিগাঁও, ট্রেগুলাৰ ৰে’লৱে কলনী, লোক কলনী, আদাবাৰী ৰে’লৱে কলনী, বি বি চি কলনী, নিউ আদাবাৰী ৰে’লৱে কলনী, শদিলাপুৰৰ এটা অংশ, উত্তৰ জালুকবাৰীৰ এটা অংশ, জালুকবাৰীৰ এটা অংশ, গড় পাণ্ডু৷
ৱার্ড নং–৭ঃ কামাখ্যা মন্দিৰ, কামাখ্যা ৰে’লৱে কলনী, পাণ্ডু নাথ বস্তি৷
ৱার্ড নং–৮ঃ কামাখ্যা মন্দিৰ অঞ্চল, কামাখ্যা ৰে’লৱে কলনী৷
ৱার্ড নং–৯ঃ পশ্চিম মালিগাঁও ৰে’লৱে কলনী, পশ্চিম গোটানগৰ ৰে’লৱে কলনী, মধ্য গোটানগৰ ৰে’লৱে কলনী, পূব মালিগাঁও ৰে’লৱে কলনীৰ এটা অংশ, পূব গোটানগৰ ৰে’লৱে কলনী, গোশালা ৰে’লৱে কলনী৷
ৱার্ড নং–১০ঃ নামবাৰী, গোটানগৰ, তেতেলীয়া গাঁও, বৰাগাঁও৷
ৱার্ড নং–১১ঃ ফটাশিল, দঁতালপাৰাৰ এটা অংশ, মানপাৰাৰ এটা অংশ, গণেশপাৰাৰ এটা অংশ, ধীৰেনপাৰাৰ এটা অংশ, পূব বৰাগাঁও আৰু গড়চুকৰ এটা অংশ৷
ৱার্ড নং–১২ঃ গোটানগৰ এন চি, মালিগাঁও এন চি, গোটানগৰ–শান্তিপুৰ, দেৱকোটা নগৰৰ এটা অংশ৷
ৱার্ড নং–১৩ঃ গোটানগৰৰ এটা অংশ, মালিগাঁৱৰ এটা অংশ, ফটাশিল, দুর্গাসৰোবৰ, শান্তিপুৰ৷
ৱার্ড নং–১৪ঃ শান্তিপুৰৰ এটা অংশ, ভূতনাথ, কুমাৰপাৰাৰ এটা অংশ৷
ৱার্ড নং–১৫ঃ মাছখোৱা, কুমাৰপাৰাৰ এটা অংশ, আঠগাঁৱৰ এটা অংশ৷
ৱার্ড নং–১৬ঃ ফাঁচীবজাৰ আৰক্ষী চকী, পুৰণি জে’ল কেম্পাছ, এল’জি হাইস্কুল, শ্রীদিগম্বৰ জৈন মন্দিৰ৷
ৱার্ড নং–১৭ঃ কে চি দাস কমার্চ কলেজ, নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুল, গুৱাহাটী গোশালা, বিশ্বৰত্ন হোটেল৷
ৱার্ড নং–১৮ঃ ডাঃ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, বিষ্ণুপুৰ, আর্যনগৰ, আই টি আই গুৱাহাটী৷
ৱার্ড নং–১৯ঃ ভাস্কৰ নগৰ, ফটাশিলৰ এটা অংশ, হৰিজন কলনী৷
ৱার্ড নং–২০ঃ ভাস্কৰনগৰ, বর্ষাপাৰা, লালগণেশৰ এটা অংশ, আনন্দনগৰ৷
ৱার্ড নং–২১ঃ জ্যোতিকুছিৰ এটা অংশ, ধপলীয়া, শংকৰ নগৰ, ৰামনগৰ৷
ৱার্ড নং–২২ঃ ধীৰেনপাৰাৰ এটা অংশ, গণেশপাৰাৰ এটা অংশ, দঁতালপাৰাৰ এটা অংশ, কটাহবাৰী, গড়চুক, আহোম গাঁৱৰ এটা অংশ, বেতকুছি৷
ৱার্ড নং–২৩ঃ লখৰা, গড়ভংগা, সৰুসজাই, বৰসজাই, সাউকুছি, দক্ষিণগাঁৱৰ এটা অংশ৷
ৱার্ড নং–২৪ঃ দক্ষিণগাঁৱৰ এটা অংশ, সোণাইঘুলি, যুগশ্রী নগৰ, ওদালবাক্রা, জ্যোতিশ্রী নগৰ, জ্যোতিকুছিৰ এটা অংশ, শ্রীভূমি নগৰৰ এটা অংশ৷
ৱার্ড নং–২৫ঃ কাহিলিপাৰাৰ এটা অংশ, লুটুমা, বিনোভা নগৰ, ৰিফিউজী কলনী, নৰকাসুৰ, চাইকেল ফেক্টৰীৰ এটা অংশ৷
ৱার্ড নং–২৬ঃ বিৰুবাৰীৰ এটা অংশ, ৰূপনগৰৰ এটা অংশ, নিজৰাপাৰ, প্রগতিপুৰ, জি এম চি এইচৰ এটা অংশ৷
ৱার্ড নং–২৭ঃ লাচিত নগৰ, শ্রীমন্তপুৰ, ৰূপনগৰ, চিলাৰায় নগৰ৷
ৱার্ড নং–২৮ঃ উলুবাৰী কছাৰীবস্তি, ৰূপনগৰৰ এটা অংশ, বিৰুবাৰী, জোনাকপুৰ৷
ৱার্ড নং–২৯ঃ ৰিহাবাৰীৰ এটা অংশ, মাধৱদেৱপুৰ, মণিপুৰী বস্তি, চলাপাৰা৷
ৱার্ড নং–৩০ঃ পাণবজাৰ, লাখটকীয়া, পল্টনবজাৰ৷
ৱার্ড নং–৩১ঃ উজানবজাৰ, খাৰঘুলিৰ এটা অংশ৷
ৱার্ড নং–৩২ঃ খাৰঘুলিৰ এটা অংশ, জয়পুৰ, নিজৰাপাৰ, নৱগ্রহ৷
ৱার্ড নং–৩৩ঃ খাৰঘুলিৰ এটা অংশ, চেনিকুঠি৷
ৱার্ড নং–৩৪ঃ খাৰঘুলিৰ এটা অংশ, চেনিকুঠি অঞ্চল৷
ৱার্ড নং–৩৫ঃ ভঙাগড়, গণেশগুৰি, আৰ জি বৰুৱা ৰোড৷
ৱার্ড নং–৩৬ঃ জিএমচিএইচৰ এটা অংশ, খ্রীষ্টানবস্তি, উদয়াচল, গণেশগুৰি, কাহিলিপাৰা আৰু জতিয়াৰ এটা অংশ৷
ৱার্ড নং–৩৭ঃ জতিয়া, কাহিলিপাৰা, দক্ষিণগাঁও, হাতীগাঁও আৰু বশিষ্ঠপুৰৰ এটা অংশ৷
ৱার্ড নং–৩৮ঃ বৰসজাই, হাতীগাঁও, নটবমা আৰু এমবেংকমেণ্ট ৰোডৰ এটা অংশ৷
ৱার্ড নং–৩৯ঃ সৰুসজাই, বৰসজাই, সাউকুছি, নলাপাৰা৷
ৱার্ড নং–৪০ঃ বশিষ্ঠ, ৩৭নং ৰাষ্ট্রীয় ঘাইপথ আৰু গণেশ নগৰৰ এটা অংশ, বৰপথাৰ৷
ৱার্ড নং–৪১ঃ মৈদাম, খানাপাৰা, বর্ষাপাৰা আৰু বশিষ্ঠৰ এটা অংশ৷
ৱার্ড নং–৪২ঃ বৰসজাই, বশিষ্ঠ গ্রাণ্ট, মৈদান এৰিয়া, বৰমটৰীয়া আৰু হাতীগাঁৱৰ এটা অংশ৷
ৱার্ড নং–৪৩ঃ খানাপাৰা, এনচি, মৈদাম, বামুণীমৈদাম আৰু খানাপাৰাৰ এটা অংশ৷
ৱার্ড নং–৪৪ঃ সৰুমটৰীয়া, হেঙেৰাবাৰী, ভিআইপি ৰোডৰ এটা অংশ৷
ৱার্ড নং–৪৫ঃৰুক্মিণীগাঁও আৰু বৰমটৰীয়াৰ এটা অংশ, কেপিটেল কমপ্লেক্স৷
ৱার্ড নং–৪৬ঃ জাপৰিগোগৰ এটা অংশ৷
ৱার্ড নং–৪৭ঃ হেঙেৰাবাৰী৷
ৱার্ড নং–৪৮ঃ অনিল নগৰ, নবীন নগৰ৷
ৱার্ড নং–৪৯ঃ আৰ জি বৰুৱা ৰোডৰ এটা অংশ, ৰাজগড় লিংক ৰোড৷
ৱার্ড নং–৫০ঃ চানমাৰি কলনী, মিলনপুৰ, কৃষ্ণনগৰ, জ্যোতিনগৰৰ এটা অংশ৷
ৱার্ড নং–৫১ঃ জ্যোতিনগৰ, বামুণীমৈদাম, নিউ গুৱাহাটী ৰে’লৱে কলনী৷
ৱার্ড নং–৫২ঃ নুনমাটি, জ্যোতিনগৰ, বামুণীমৈদামৰ এটা অংশ৷
ৱার্ড নং–৫৩ঃ ভৱানীপুৰ, ২নং শালবাৰী, ছেক্টৰ থ্রী, নিউ গুৱাহাটী৷
ৱার্ড নং–৫৪ঃ মাদাৰ টেৰেছা ৰোড আৰু মঠঘৰীয়াৰ এটা অংশ, কুশলনগৰ৷
ৱার্ড নং–৫৫ঃ মঠঘৰীয়াৰ এটা অংশ, পাথৰকোৱেৰী৷
ৱার্ড নং–৫৬ঃ নুনমাটি ৰিফাইনেৰী, ১নং শালবাৰী, গোপালনগৰ, শ্বহীদ নগৰ, কেন্দুগুৰি৷
ৱার্ড নং–৫৭ঃ বীৰকুছি, কলিতাকুছিৰ এটা অংশ, সাতগাঁও, নাৰেংগী হাউছিং কলনী৷
ৱার্ড নং–৫৮ঃ বাঘৰবৰী আৰু সাতগাঁৱৰ এটা অংশ৷
ৱার্ড নং–৫৯ঃ হেঙেৰাবাৰী, দাৰান্ধা, বাঘৰবৰী আৰু খানাপাৰাৰ এটা অংশ৷
ৱার্ড নং–৬০ঃ বাঘৰবৰী আৰু সাতগাঁৱৰ এটা অংশ, মাধৱ নগৰ, খানাপাৰা৷

You might also like