নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুগ্ন শাহুৱেকক ঘৰৰ পৰা খেদিলে বোৱাৰীয়েকে

নিয়মীয়া বাৰ্তা ৮ জুনঃ সভ্য সমাজক জোকাৰি যোৱা আন এক ৰ ঘটনা সংঘটিত হৈছে এইখন মহানগৰীত৷ এইবাৰ নিজৰ ঘৰতে লাঞ্ছিত হ’ল এগৰাকী অসহায় দ্ধা৷ পুত্রৰ মৃত্যুৰ পিছতে দ্ধাগৰাকীক ঘৰৰ পৰা উলিয়াই দিলে নিজৰ েবাৱাৰীয়েকে৷ ১ জুনত দ্ধাগৰাকীৰ পুত্র অশোক আগৰৱালে ক’ভিড পজিটিভ হৈ মহাৰাষ্ট্রত অকাল মৃত্যুক আকোঁৱালি লয়৷ ইয়াৰ পিছতে ভৰলুস্থিত ঘৰলৈ উভতি আহে েবাৱাৰীগৰাকী৷ তাৰ পিছতে অসহায় মহিলাগৰাকীক শাৰীৰিক–মানসিকভা অপদস্থ কৰে েবাৱাৰীয়েকে৷ অভিযোগ অনুসৰি সম্পত্তিৰ লোভত আনকি দ্ধাগৰাকীক উকা কাগজ, দলিলত চহী কৰাই লয় েবাৱাৰীয়েকে৷ পৰৱর্তী সময়ত েবাৱাৰীয়েকগৰাকীয়ে নিজৰ ভাতৃৰ লগত লগ হৈ প্রহাৰো কৰে বৃদ্ধাগৰাকীক৷

আনকি গঁতিয়াই মাটিতো পেলাই দিয়ে দ্ধাগৰাকীক৷ এই ঘটনাৰ পিছতে দ্ধাগৰাকীয়ে ভৰলুস্থিত নিজৰ ঘৰৰ পৰা ওলাই আহি ভায়েকৰ ঘৰত আশ্রয় লয়৷ উল্লেখযোগ্য যে আলমাৰিৰ পৰা কাপোৰ অনাৰ উদ্দেশ্যেৰে কালি ঘৰলৈ গৈছিল দ্ধাগৰাকী৷ তেনেতে দ্ধাগৰাকীক প্রহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৭৪ ছৰীয়া দ্ধাগৰাকীয়ে৷ এই ঘটনাৰ পিছতে আজি ভৰলু থানাত েবাৱাৰীয়েকৰ িবৰুদ্ধে দ্ধাগৰাকীয়ে দাখিল কৰিছে এজাহাৰ৷ উল্লেখযোগ্য যে এই দ্ধাগৰাকীৰ আন এজন পুত্র থাকে চুৰাটত, আৰু আছে এগৰাকী জীয়ৰীও৷ জীয়ৰীগৰাকী মানসিক ৰোগী৷তেনেস্থলত এতিয়া আশ্রয়হীন হৈ পৰিছে দ্ধাগৰাকী৷ যাৰ ােব এই ঘটনাৰ ন্যায় িবচাৰি মুখ্যমন্ত্রীলৈ কৰযোৰে নিেবদন কৰিছে দ্ধাগৰাকীয়ে৷

You might also like