নিশা মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। অসম বিধান সভাৰ নতুন ভৱনৰ সন্মুখত দুৰ্ঘটনাত পতিত হৈ অগ্নিদগ্ধ হৈ মৃত্যু হয় এজন যুৱকৰ।
দ্ৰুত গতিত অহা যুৱকজনে খুন্দিয়ায় এটা বিদ্যুতৰ খুটাত। ইমানেই দ্ৰুত গতিত খুন্দিয়াই যে বাইকখন নিমিষতে জ্বলি যায় আৰু থিতাতে নিহত হয় ধেমাজিৰ বাসৱ ৰাজ চুতীয়া নামৰ যুৱকজন।
ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনী গাড়ীয়ে নিৰ্বাপিত কৰে জুই।
ডিজিটেল ডেস্ক, ২৭ মে’