নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সবাতোকৈ দীঘল নাকৰ অধিকাৰী কোন? জানেনে…

আপুনি জানেনে বিশ্বৰ সবাতোকৈ দীঘল নাকৰ অধিকাৰী কোন? জানেনে এই নাকটোৰ দৈৰ্ঘ্য কিমান?

২০১৮ চনৰ গীনিজ বুক অৱ ৰেকৰ্ডৰ মতে এজন জীৱিত লোকৰ দীৰ্ঘতম নাকটোৰ দৈৰ্ঘ্য ৮.৮ চেণ্টিমিটাৰ।

তাৰ্কীৰ মেহমেত অজুৰেক নামৰ লোকজন এই ৰেকৰ্ডৰ অধিকাৰী। ৰোমৰ এটা টিভি চেনেলৰ অনুষ্ঠানত ২০১০ চনত লোকজনৰ নাকটো জোখা হৈছিল।

এতিয়ালৈকে উপলব্ধ তথ্য অনুসৰি এয়াই বিশ্বৰ দীৰ্ঘতম নাক।

You might also like