নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ যোগাযোগত ব্যতিক্রমৰ মাজেৰে আনন্দ পাব৷ শৰীৰ মোটামুটি ভালেই যাব৷ বিদ্যা ক্ষেত্রত শুভ ফল পাব পাৰে, কিন্তু কর্মক্ষেত্রত সৰু–সুৰা বাধা আহিব পাৰে৷ বিবাহৰ যোগাযোগত শুভ ফল পোৱাৰ সম্ভাৱনা৷
বৃষঃ ব্যয় বৃদ্ধিৰ কাৰকতা৷ ঘৰুৱা কোনো কাৰণত মানসিক ক্লেশ থাকিব৷ বিদ্যাত পাৰিপার্শ্বিক বাধা থাকিব পাৰে কর্মক্ষেত্রত মজলীয়া ফল পাব৷ বন্ধুৰ বিশ্বাস অর্জন৷ ব্যৱসায়ত শুভ৷
মিথুনঃ নানা ক্লেশৰ মাজতো আয় স্থিমিত নহ’ব৷ ব্যৱহাৰিকত আপোনাৰ ধৈর্য অটুট থাকিব৷ সন্তানৰ বাবে মধ্যম দিন৷ উদ্যোগী ব্যক্তিৰ আনন্দ লাভ৷ অনাৱশ্যক কাৰণত অর্থ ব্যয় নকৰিব৷ প্রেমত বাধা৷
কর্কটঃ ঘৰুৱা পৰিৱেশ প্রায় অনুকূল৷ ভাই–ভনীৰ বাবে আশাবাদী৷ বিদ্যাত খুব বেয়া নহ’ব৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ৷ কর্মত নতুন সুযোগ পাব৷ চাকৰিত মধ্যম উন্নতি৷
সিংহঃ ব্যৱসায়ত মধ্যম উন্নতি৷ ৰাজনীতিকসকলে সাৱধানে চলক৷ বিদ্যাত খুব বেয়া নহ’ব৷ শাৰীৰিক অশান্তি সামান্য থাকিব৷ প্রেম–প্রীতিত বেছি আৱেগিক নহ’ব৷
কন্যাঃ কর্মক্ষেত্রত সহকর্মীৰ সহায় পাব৷ দাম্পত্যত ভালেই দেখা যায়৷ আর্থিকত আয়ৰ তুলনাত ব্যয় বেছি হ’ব৷ সামাজিক ক্ষেত্রত মান–সন্মান বৃদ্ধি পাব৷ বায়ু মার্গে ভ্রমণৰ যোগ৷ বিদ্যাত শুভ৷
তুলাঃ আর্থিক দিশত আয়–ব্যয় প্রায় সমান৷ বিদ্যাত যত্ন লোৱাৰ দৰকাৰ৷ উদ্বিগ্ণতাই দেহৰ অশান্তি আনিব পাৰে৷ প্রেমত বন্ধুৰ সহায় পাব৷ দূৰ ভ্রমণ নকৰিব৷ শুভ সংবাদ৷
বৃশ্চিকঃ কর্মক্ষেত্রত নেতৃস্থানীয় ব্যক্তিৰ প্রেৰণা লাভ৷ ব্যৱসায়িক যিকোনো চুক্তি সম্পাদনৰ ক্ষেত্রত অনুকূল৷ মাতৃৰ শৰীৰ মধ্যম৷ আর্থিকত মধ্যম৷ পঢ়া–শুনাত অৱজ্ঞা নকৰিব৷
ধনুঃ শৰীৰ বৰ উন্নত নাযাব পাৰে৷ আর্থিকত খৰচ বৃদ্ধি পাব৷ বিদ্যাত যত্ন লোৱাৰ আৱশ্যক৷ ব্যৱসায়ত কোনো আৱেগক স্থান নিদিব৷ দাম্পত্যত চিন্তা থাকিব৷
মকৰঃ অনুকূল দিন৷ কর্ম তৎপৰতা থাকিব৷ ভাবি–গুণি আগবাঢ়ক শুভ হ’ব৷ আর্থিক অগ্রগতিত বাধা নাপাব৷ শৰীৰ মধ্যম৷ বিবাহৰ কথাত আগবাঢ়িব পাৰে৷
কুম্ভঃ আর্থিক উন্নতিৰ যোগ সামান্য৷ খোৱা–বোৱাত সাৱধান থাকিব৷ ব্যৱসায়ত আয় বৃদ্ধিত বাধাপ্রাপ্ত হ’ব পাৰে৷ মাতৃৰ ভালেই৷ সন্তানৰ বাবে সামান্য দুশ্চিন্তা থাকিব৷
মীনঃ বিদ্যাত শুভ৷ অতিপাত পৰিশ্রম নকৰিব৷ ঘৰুৱাত খুব বেয়া নহ’ব৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ প্রে

You might also like