নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৭৷
বৃষঃ গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব৷ সম্পত্তি ক্রয়যোগে আর্থিক দিশত অসুবিধা পাব পাৰে৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷
মিথুনঃ বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ৷ পত্নীৰ লগত মতবিৰোধ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷
কর্কটঃ পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
সিংহঃ পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
কন্যাঃ উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ৷ দেহ ভাল বুলি ক’ব পাৰি৷ হেৰোৱা সম্পত্তি পুনঃপ্রাপ্তি৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷
তুলাঃ আর্থিক দিশত অর্থ প্রাপ্তিৰ সম্ভাৱনা৷ বন্ধুভাব দুর্বল৷ পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ২৷
বৃশ্চিকঃ ব্যৱসায়ত লাভৰ কাৰকতা৷ উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বর্তি থাকিব৷ ভ্রমণত কষ্ট পাব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷
ধনুঃ চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ দাম্পত্যত শুভ৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৫৷
মকৰঃ কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
কুম্ভঃ ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দিনৰ দুই বজাৰ পৰা কিছু উন্নত৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৩৷
মীনঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ শৰীৰ বৰ উন্নত নাথাকিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷

You might also like