নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ দিনটোত মনলৈ কিছু আনন্দৰ বতৰা আহিব৷ উপার্জনত বাধা পাব৷ বিদ্যাত সুনাম৷ ৰাজনীতিবিদসকলে বিপদত সোমাই পৰিব৷ প্রেমত বাধা আহিব৷ ৰঙা শুভ ৰং৷ শুভ সংখ্যা ৪৷
বৃষঃ শত্রুৰ দ্বাৰা ক্ষতিৰ আশংকা৷ ব্যৱসায়ীৰ ভাল বৃদ্ধি৷ চাকৰিৰ বাবে চেষ্টা কৰিব পাৰে৷ কর্মত ব্যস্ততা বাঢ়িব৷ আর্থিক দিশত প্রাপ্তিৰ যোগ৷ প্রেমত অস্থিৰতা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
মিথুনঃ পাৰিবাৰিক সমস্যাই মনত দুখ দিব৷ ভ্রমণ কৰিলে কষ্ট পাব৷ কর্ম প্রতিভাৰ বিকাশ আৰু বিশিষ্ট ভাগ্যোদয়৷ নতুন বন্ধু লাভৰ ইংগিত৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷
কর্কটঃ আকস্মিক আঘাতপ্রাপ্তিৰ সম্ভাৱনা৷ গুৰুজনৰ দ্বাৰা আসন্ন বিপদৰ পৰা মুক্তি লাভ৷ দেহভাব মধ্যম৷ কর্মক্ষেত্র গতানুগতিক৷ ব্যৱসায়িক সফলতা পাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷
সিংহঃ দিনটোত আপুনি স্ব–কর্মত লাভৱান হ’ব৷ নির্ভাৱ ক্রমোন্নত৷ গৃহে শুভ অনুষ্ঠান হোৱাৰ যোগ৷ কথা–বতৰাত সংযত হওক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
কন্যাঃ মূল্যৱান বস্তু ক্রয় কৰিব পাৰে৷ পত্নীৰ চিকিৎসাৰ কাৰণে অর্থ ব্যয় হ’ব৷ বিদেশত থকা আত্মীয়ৰ আগমনত সুখ বৃদ্ধি পাব৷ ৰঙা শুভ ৰং৷ শুভ সংখ্যা ৫৷
তুলাঃ বাধা–বিঘিনিৰ মাজেৰে কর্মত সাফল্য বৃদ্ধি৷ পঢ়া–শুনাত গুৰুত্ব দিয়াটো ভাল৷ পাৰিবাৰিক সমস্যা বৃদ্ধি পাব৷ শুভ ৰং সেউজীয়া৷ ২ শুভ সংখ্যা৷
বৃশ্চিকঃ কামৰ চাপ বৃদ্ধি পাব৷ ওচৰ–চুবুৰীয়াৰ লগত মতানৈক্য ঘটিব পাৰে৷ ওপৰঞ্চি ধন অলপ লাভ কৰিব পাৰিব৷ সন্ধিয়া কালত অলপ সতর্ক থাকক৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৮৷
ধনুঃ উপযুক্ত কোনো লোকৰ সান্নিধ্যত সুখী হ’ব৷ ঘৰুৱা পৰিৱেশ বেয়া নাপাব৷ নতুন কোনো কামৰ সন্ধান পাব৷ ভ্রমণৰ পৰা লাভৰ কাৰক৷ শুভৰং কমলা৷ শুভসংখ্যা ৩৷
মকৰঃ আর্থিকত আশা কৰা মতে ফল নাপাব৷ দিনৰ দহ বজাৰ পিছত নতুন দ্রব্য ক্রয়ৰ যোগ৷ দায়িত্বপূর্ণ কামত মন দিয়ক৷ উপৰুৱা কথা নাভাবিব৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
কুম্ভঃ আজিৰ দিনটো আপোনাৰ ভাল–বেয়াৰ মাজত চলিব৷ যিকোনো কামতে ভাবি–চিন্তি দায়িত্ব ল’ব৷ শৰীৰ মধ্যম৷ কোনো কাৰণে ব্যস্ততা৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৯৷
মীনঃ আর্থিকত খৰচৰ মুখামুখি৷ ঘৰুৱা অশান্তি৷ বিদ্যাত মধ্যম৷ নতুন উৎসাহ পাব৷ শৰীৰ ভালেই বোলা যায়৷ ঘনিষ্ঠ ব্যক্তিৰ পৰা শত্রুতা আহিব পাৰে৷

You might also like