নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত প্ৰাণ গ’ল ২ জন CRPF জোৱানৰ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ শনিবাৰে জম্মু-কাশ্মীৰৰ বাৰামুল্লা আৰু ছ’পাৰ জিলাত সন্ত্ৰাসবাদীৰে আক্ৰমণ চলায় চি আৰ পি এপ আৰু আৰক্ষীৰ ওপৰত । এই সংঘৰ্ষত অৰ্ধসামৰিক বাহিনীটোৰ ২ জনকৈ জোৱান নিহত হোৱাৰ লগতে এজন গুৰুত্বৰভাৱে আহাত হয় ।

You might also like