- কেৰালাৰ কোঝিকোডত ভয়ংকৰ বিমান দুৰ্ঘটনা
- কোঝিকোডৰ কৰিপুৰ বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানখন অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো
- বিমানখনত আছিল প্ৰায় ১৮০ গৰাকী যাত্ৰী
- দুৰ্ঘটনাগ্ৰস্ত ফ্লাইট খন আছিল IX1344 নম্বৰৰ
- বৰ্তমানো চলি আছে উদ্ধাৰ অভিযান
Next Post
You might also like