নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ বিৰুদ্ধে কঠোৰতা, চীনত পুনৰ লকডাউন

বিশেষ বাৰ্তা,১২ মাৰ্চঃ পুনৰ ক’ভিড-১৯ৰ আতংক চীনত। ক’ভিডৰ উংপত্তিস্থল চীনত আকৌ এবাৰ মহামাৰীয়ে ভংকৰ ৰূপ লৈছে। দেশখনৰ ৯০ লাখ বাসিন্দা থকা উত্তৰ-পূবৰ চহৰ চাংচুনত ক’ভিডৰ আতংকৰ বাবে লকডাউন ঘোষণা কৰিছে। এই সময়ছোৱাত সকলোৱে ঘৰৰ ভিতৰতে থাকিব লাগিব আৰু তিনিলানিৰ পৰীক্ষা কৰাব লাগিব। দেশখনত শুকুৰবাৰে ৩৯৭জন লোকৰ দেহত ক’ভিড ধৰা পৰিছে যদিও প্ৰশাসনে মহামাৰীৰ বিৰুদ্ধে খুবেই কঠোৰ স্থিতি লৈছে।

You might also like