নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ IPLত বদৰুদ্দিন আজমল!

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ডুবাইত অনুষ্ঠিত হৈ থকা IPLত বদৰুদ্দিন আজমলৰ প্ৰসংগ। ৰাজনীতিত সৰ্বত্ৰে চৰ্চা লাভ কৰি থকা আজমল কেনেকৈ জড়িত হৈ পৰিল। মুম্বাই ইণ্ডিয়ানছৰ সৈতে জড়িত বদৰুদ্দিন আজমল। ৰোহিত শৰ্মা, পাণ্ডিয়াৰ ক্ৰিকেট খেলে সকলোকে আকৃষ্ট কৰে। এই মুম্বাই ইণ্ডিয়ানছৰ স্পনছাৰ বদৰুদ্দিন আজমল।

মুম্বাই ইণ্ডিয়ানছৰ বেনাৰত আজমলৰ  মালিকাস্বত্বাধীন আজমল পাৰফিউমৰ দৃশ্য। এই ছবি এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। 

You might also like