নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী এইমছৰ ১২ পদৰ বিজ্ঞাপন

অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, গুৱাহাটী চমুকৈ এইমছ, গুৱাহাটী(All India Institute of Medical Sciences, Guwahati)ত খালী হৈছে ১২ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি গুৱাহাটী এইমছৰ হৈBECILএ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Upper Division Clerk (2), Data Entry Operator (1), Store Keeper (2), Cashier (1), Accounts Assistant (1), Junior Admin Officer (2), Junior Accounts Officer (1), Assistant Stores Officer (2)৷Upper Division Clerk পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰা ডিগ্রীধাৰী আৰুComputerৰ দক্ষতা থকাৰ লগতে প্রতি মিনিটতComputerতEnglishত ৩৫টা শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ বয়স ১৮–৪০ বছৰ৷ মাহে ১৯,৩০৮ টকা লাভ কৰিব৷Data Entry Operator পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰা ডিগ্রীধাৰী আৰু প্রতিঘণ্টাত ৮ হাজাৰ শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷MS Officeৰ দক্ষতা থকাৰ লগতেGovt./Semi Govt./Autonomous Institution/Pvt. EntityতData Entryৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ১৮–৪০ বছৰ৷ মাহে ১৭,৭৫২ টকা লাভ কৰিব৷Store Keeper পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Institutionৰ পৰা ডিগ্রীধাৰী আৰুGovt. Org/Autonomous Body/Pvt. Entityত দুবছৰীয়া কর্ম অভিজ্ঞতা থকাৰ লগতে স্বীকৃতিপ্রাপ্তUniversity/Institutionৰ পৰাMaterial Management বিষয়ত প’ষ্ট গ্রেজুৱেট ডিগ্রী/ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ বয়স ১৮–৪০ বছৰ৷ মাহে ১৭,৭৫২ টকা লাভ কৰিব৷Cashier আৰুAccounts Assistant পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰ পৰাCommerce ডিগ্রীধাৰী আৰুGovernment Private/Autonomous BodyৰAccounts বিভাগত ২ বছৰীয়া কর্ম অভিজ্ঞতা থকাৰ লগতেTallyত কাম কৰাৰ দক্ষতা থকা হ’ব লাগিব৷ বয়স ১৮–৪০ বছৰ৷ মাহে ১৭,৭৫২ টকা লাভ কৰিব৷Junior Admin Officer পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversity/Institutionৰ পৰা যিকোনো শাখাত ডিগ্রীধাৰী আৰুGovernment Organization/Autonomous BodyৰOffice Administration বিভাগত ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ২১–৪৫ বছৰ৷ মাহে ৩৩,৪৮১ টকা লাভ কৰিবJunior Accounts Officer পদৰ প্রার্থীCommerceৰ ডিগ্রীধাৰী আৰুCA Inter হোৱাৰ লগতেAccounts বিভাগত ৩ বছৰীয়া কর্ম অভিজ্ঞতাৰ ২ বছৰGovernment Organization/Autonomous Bodyত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ২১–৪৫ বছৰ৷ মাহে ৩৩,৪৮১ টকা লাভ কৰিব৷ Assistant Stores Officer পদৰ প্রার্থীUniversity/Institutionৰ পৰা ডিগ্রীধাৰী হোৱাৰ লগতে স্বীকৃতিপ্রাপ্ত Universityৰ পৰা Material Management বিষয়ত প’ষ্ট গ্রেজুৱেট ডিগ্রী/ডিপ্ল’মাধাৰী নাইবা স্বীকৃতিপ্রাপ্ত University/Institutionৰ পৰাMaterial Management বিষয়ত ডিগ্রীধাৰী আৰুStore (Medical Store)ত ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ২১–৪৫ বছৰ৷ মাহে ৩৩,৪৮১ টকা লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি, প্রাক্তন কর্মচাৰী আৰু মহিলা প্রার্থীয়ে ৭৫০ টকা আৰু এছচি, এছটি, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থী আৰু দিব্যাংগ প্রার্থীয়ে ৪৫০ টকাBECILৰ হকে পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপনবিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ BECILৰ ৱেবছাইট www.becil.com আৰু https://becilregistration.com লগ–ইন কৰিব পাৰিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৯ ছেপ্ঢেম্বৰ, ২০২২৷

You might also like