নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি জিলা আয়ুক্তৰ কার্যালয়ত ১০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৩ জুলাই

ওদালগুৰি জিলা আয়ুক্তৰ কার্যালয়ত অহা ২৩ জুলাইত ভিন্ন বর্গৰ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like