নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৫ জুন, আহাৰ মাহৰ ৯ তাৰিখ দেওবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ পূর্বফাল্গুনী, যাত্রাঃ ব্যাতীপাত মেষঃ সাংসাৰিক দিশত শান্তি বজাই থাকিব ৷ সামাজিক সেৱাই মনত শান্তি দিব ৷ সন্তানৰ দিশত চিন্তা বৃদ্ধি ৷ শিক্ষার্থীসকলৰ বাবে আজি দিনটো শুভ ৷…

চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল মৰিগাঁও জিলাত

🔴 এজন ব্যক্তিৰ নামত ১৭খনকৈ ছিম কাৰ্ড বাৰ্তা ব্যুৰো,  ২৪ জুনঃ এজন ব্যক্তিৰ নামত হাজাৰ হাজাৰ ভুৱা ছিম কাৰ্ড জাৰি কৰা এয়াৰটেল ডিষ্ট্ৰিবিউটৰ আমিনুল হকক আজি মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এটা…

বৰ্তমানৰ শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়- দিগন্ত বিশ্ব শৰ্মা

🔷 বকোত অসম কলেজ অধ্যক্ষ পৰিষদৰ অধিৱেশনত চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মা 🔷 বৰ্তমানৰ শিক্ষা ব্যৱস্থাত জন্ম নহয় ভীষ্ম-অৰ্জুন-কৰ্ণ-বিদুৰ-অশ্বত্থামাৰ দৰে প্ৰতিভাসম্পন্ন ব্যক্তিৰ  নিয়মীয়া বাৰ্তা, ২৪ জুনঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ জ্ঞানৰ…

ছানী লিয়নিৰ পছন্দৰ ফুটবলাৰ ভাৰতৰ সুনীল চেত্রী

📌 বলীউডৰ অভিনেত্রীৰ বক্তব্য ভাইৰেল বিশেষ বাৰ্তা, ২৪ জুনঃ লিঅ’নেল মেছি নে ক্রিষ্টিয়ানো ৰ’নাল্ডো ? ইনষ্টাগ্রামত এই প্রশ্ন  কৰা হৈছিল অভিনেত্রী ছানী লিয়নিক৷ এই প্রশ্নৰ সহজ উত্তৰ দি ছানিয়ে কয়- ‘আমাৰ সুনীল চেত্রী কেনে?’ এই উত্তৰৰ জৰিয়তে…

ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত উদ্ভণ্ডালি, ৩জনক জেললৈ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ লখিমপুৰ জিলাৰ ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত উদ্ভণ্ডালি কৰা তিনি যুৱকক জেললৈ প্ৰেৰণ কৰাত সন্তোষ প্ৰকাশ কৰিছে সচেতন মহলে ৷ প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে নিশা তিনি সুৰাসক্ত যুৱক ক্ৰমে মুন চেতিয়া, জুন গগৈ, মাইনা গগৈয়ে…

ডাংতল গাঁৱৰ বাথৌ ক্লাবত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ চিৰাং জিলাৰ ডাংতল বাথৌ ক্লাবত কৃতিত্বৰে উত্তীৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ, স্নাতক, স্নাতকোত্তৰ আদিত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে…

প্ৰধানমন্ত্ৰী মোদীৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ আমেৰিকাৰ প্ৰখ্যাত গায়িকা মেৰীৰ

বিশেষ বাৰ্তা, ২৪ জুনঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীক সন্মান জনোৱাৰ অৰ্থে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ৱাশ্বিংটনৰ ৰ’নাল্ড ৰেগান বিল্ডিং এণ্ড ইণ্টাৰনেচনেল ট্ৰেড চেণ্টাৰত অনুষ্ঠিত এই অনুষ্ঠানত…

ধুবুৰীৰ প্ৰমথেশ বৰুৱা মঞ্চৰ দুৰৱস্থা

🔴 নাটকৰ ঠাইত অনুষ্ঠিত হৈ আহিছে বিয়া-সবাহ, মাংগলিক অনুষ্ঠান 🔴 মঞ্চৰ সন্মুখত নিৰ্মাণ কৰা হৈছে ধুবুৰী পৌৰসভাৰ গেৰেজ নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ভাৰতীয় বোলছবি জগতৰ প্ৰখ্যাত অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য লেখক তথা অসমৰ ধুবুৰী জিলাৰ…

উদ্বোধনৰ তিনি মাহতে ডিগাৰু নৈৰ দলং সংলগ্ন পথত ফাট

মহানগৰ বাৰ্তা, ২৪ জুনঃ ডিগাৰু নৈৰ ওপৰত নিৰ্মাণ কৰা চন্দ্ৰপুৰ-বৰবিলা সংযোগী দলঙৰ এটা দিশৰ পথত ফাট মেলিছে। কেৱল পথত ফাট মেলাই নহয়, দলংখন সংযোগী পথৰ এছোৱা বহি গৈছে। ফলত দুৰ্ঘটনাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে দীৰ্ঘ বছৰৰ দাবীৰ পিছত…