নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেষ্টলিং সন্থাৰ নির্বাচনত গুৱাহাটী হাইক’ৰ্টৰ স্থগিতাদেশ

🔴 অসম ৰেষ্টলিং সন্থাৰ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ নির্দেশ বিশেষ বাৰ্তা, ২৬ জুনঃ অহা ১১ জুলাইত ৰাষ্ট্রীয় ৰেষ্টলিং সন্থাৰ নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ সেই নির্বাচন স্থগিত কৰাৰ নির্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ অসম ৰেষ্টলিং…

মাজ আকাশত বিজয় উৎসৱ কপিল বাহিনীৰ

🔹 ভাৰতৰ বিশ্বকাপ বিজয়ৰ ৪০ বছৰ পূর্ণ বিশেষ বাৰ্তা, ২৬ জুনঃ ভাৰতৰ প্রথম বিশ্বকাপ বিজয়ৰ ৪০ বছৰ পূর্ণ হ’ল ৷ সেই উপলক্ষে একত্রিত হ’ল ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটো ৷ মাজ আকাশত উদযাপিত হ’ল বিজয় উৎসৱ৷ ৩৫ হাজাৰ ফুট উচ্চতাত বিশ্বকাপ জয়ৰ ৪০ বছৰ উদযাপন…

কেদাৰনাথত ঘোঁৰাক ভাং খুওৱা ঘটনাক লৈ উত্তৰাখণ্ড আৰক্ষীৰ গোচৰ ৰুজু

বিশেষ বাৰ্তা, ২৬ জুনঃ কেদাৰনাথত ঘোঁৰাক জোৰকৈ ভাং খুওৱা ঘটনাক লৈ গোচৰ ৰুজু কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে৷ দুই অভিযুক্তক বিচাৰি ইতিমধ্যে তালাচীও চলাইছে আৰক্ষীয়ে৷ কেইদিনমান পূর্বে কেদাৰনাথৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে৷ ভিডিঅ’টোত দেখা গৈছিল দুজন যুৱকে…

১১ কোটিৰ কোকেইন গিলিলে মহিলাই

🔴 দিল্লী বিমানবন্দৰত গ্রেপ্তাৰ নিৰাপত্তাৰক্ষীৰ বিশেষ বাৰ্তা, ২৬ জুনঃ সৰবৰাহৰ বাবে কোকেইন কেপছুল গিলি পেলাইছিল মহিলাই ৷ তথাপি নিৰাপত্তাৰক্ষীৰ নজৰৰ পৰা সাৰি যাব নোৱাৰিলে ড্রাগ্ছ সৰবৰাহকাৰী এই বিদেশী মহিলা ৷ কোকেইন সৰবৰাহ কৰিবলৈ আহি দিল্লী…

খিলঞ্জীয়াৰ স্বার্থ ৰক্ষার্থে সমষ্টি পুনর্গঠন

🔹 সুমন্ত চলিহা যুগে যুগে ‘ৰাজনীতি’ শব্দটোৰ যে বিভিন্ন সংজ্ঞা আগবঢ়াই অহা হৈছে, সেই বিষয়ে আমি আটায়ে অৱগত৷ কিন্তু আধুনিক যুগত এই বিশেষ শব্দটোৱে এক বিশেষ তাৎপর্য বহন কৰা পৰিলক্ষিত হৈছে৷ অতীতৰ সকলো অর্থৰ অতিৰিক্তভাৱে ৰাজনীতি বুলিলে আমি এই কথাকে…

ৰাছিয়াৰ অস্থিৰতা

ইউক্রেইন–ৰাছিয়াৰ যুদ্ধৰ মাজতে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ ঘনিষ্ঠ ভাৰাতীয়া বাহিনী ৱাগনাৰৰ মুৰব্বী য়েভজেনি প্রিগোজিনে পুটিনক উৎখাতৰ হুংকাৰ দি মস্কো অভিমুখে সামৰিক সমদল আৰম্ভ কৰিছিল৷ ইউক্রেইন যুদ্ধত ৰুছ সেনাক সহায় কৰা ৱাগনাৰ বাহিনীৰ সৈতে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ জুন, আহাৰ মাহৰ ১০ তাৰিখ সোমবাৰঃ তিথি–শুক্লা অষ্টমী, নক্ষত্রঃ উত্তৰফাল্গুনী, যাত্রাঃ নাই মেষঃ স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত সমস্যা হ’ব ৷ মানসিক অস্থিৰতাৰ যোগ ৷ প্রেমত শুভ ফল ৷ নতুন কামৰ সুযোগ আহিব পাৰে ৷ বিবাহৰ প্রস্তাৱ আহিব…

প্রধানমন্ত্রী মোদীলৈ ইজিপ্তৰ সর্বোচ্চ সন্মান ‘অর্ডাৰ অৱ দ্য নাইল’

📌 ৰাষ্ট্রপতি আল–চিচিৰে গুৰুত্বপূর্ণ বৈঠক মোদীৰ বিশেষ বাৰ্তা, ২৫ জুনঃ তিনিদিনীয়া আমেৰিকা ভ্রমণৰ পাছত দুদিনীয়া ভ্রমণসূচী লৈ ইজিপ্তত শনিবাৰে উপস্থিত হোৱা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক দেশখনৰ ৰাজধানী কাইৰোত উষ্ণ আদৰণি জনোৱা হয়৷ আজি…

গণতন্ত্ৰ ৰক্ষাৰ বাবে ত্যাগ স্বীকাৰ কৰা লোকতন্ত্ৰৰ সেনানীসকল সকলোৰে বাবে প্ৰেৰণাৰ উৎস- মুখ্যমন্ত্ৰী…

🔹 লোকতন্ত্ৰৰ সেনানীক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ 🔹 জৰুৰীকালীন অৱস্থা ঘোষণা কৰা দিনটো ভাৰতবৰ্ষৰ বাবে এক ক’লা দিন- ড০ শৰ্মা বিশেষ বাৰ্তা, ২৫ জুনঃ দেশৰ জৰুৰীকালীন অৱস্থাত লোকতন্ত্ৰ ৰক্ষাৰ বাবে অশেষ কষ্ট আৰু ত্যাগ…