নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ বজাৰত শাক-পাচলিৰ অস্বাভাৱিক দামবৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ধুবুৰীৰ শাক-পাচলিৰ বজাৰত এতিয়া যেন জুই লাগিছে। বানৰ গইনা লৈ ধুবুৰীত বিগত ৩-৪ দিনৰ পৰা প্ৰতিবিধ শাক-পাচলিৰ খুচুৰা দাম ক্ৰমশঃ ঊৰ্ধ্বগামী হ'বলৈ লোৱা দেখা গৈছে। ফলত কোনো মধ্যভোগী চক্ৰৰ বাবে নিশাটোৰ ভিতৰতে শাক-পাচলিৰ…

ধুবুৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ বিনামূলীয়া চিকিৎসা শিবিৰ

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত আৰু পশ্চিমবংগৰ কোচবিহাৰৰ শুভম হস্পিটাল নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সহযোগত আজি সংগঠনটোৰ ধুবুৰীৰ বালুচৰস্থিত কাৰ্য্যালয় সীমান্ত ভৱনত এক বিনামূলীয়া…

বজালীত বানৰ তাণ্ডৱ, দমকলৰ পাৰতে মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ বজালীত সংহাৰী বানৰ প্ৰকোপ লাহে লাহে কমিছে যদিও ইয়াৰ মাজতে সংঘটিত এক মৰ্মান্তিক ঘটনাই সকলোকে চুই গৈছে৷ বজালী মহকুমাৰ অন্তৰ্গত গুনৰীৰ এগৰাকী ব্যক্তিৰ মৃতদেহ বানপানীৰ বাবে নিজৰ ঘৰৰ পিছফালে থকা দমকলৰ পাৰতে দাহ…

ঢকুৱাখনা বিজেপিৰ ক’লা দিৱস পালন

নিয়মীয়া বাৰ্তা,  ২৫জুনঃ ১৯৭৫ চনৰ ২৫ জুন তাৰিখে ভাৰতবর্ষৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বলবৎ কৰা স্বেচ্ছাচাৰী জৰুৰীকালীন অৱস্হাৰ প্ৰতিবাদত প্ৰতি বছৰৰ দৰে এইবাৰো “ক'লা দিৱস“ ৰূপে পালন কৰে ৷…

বিশ্বনাথৰ ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত উন্মুক্ত নৰ্দমা

বিশেষ বাৰ্তা, ২৫ জুনঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পথৰ গাঁতসমূহ তাৎক্ষণিকভাৱে পোতাৰ নিৰ্দেশ দিয়াৰ পাছতে সকলো জিলাতে জিলা প্ৰশাসন আৰু লোকনিৰ্মাণ বিভাগে অতি তৎপৰতাৰে গাঁতসমূহ পুতি দিয়া দেখা গৈছিল ৷ বিশ্বনাথ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপাযুক্ত তথা…

মাহমৰাত ট্ৰেক্টৰচালকৰ ৰূপত মন্ত্ৰী যোগেন মহন

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ চহা খেতিয়কৰ সীমাহীন ব্যস্ততাৰ দিন শাওণ মাহ সমাগত। এনে প্ৰেক্ষাপটত মাহমৰা বিধানসভা সমষ্টিৰ এহেজাৰ পৰিয়ালৰ প্ৰতি ঘৰৰে ৩ বিঘাকৈ মাটিত হাল বোৱা কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী…

ধুবুৰীত ২৫ হাজাৰ টকাৰ নকল নোটসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ কালি নিশা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালা অঞ্চলত চলোৱা এক অভিযানত আৰক্ষীয়ে নকল নোটসহ এজন ব্যক্তিক কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে।  এক গোপন তথ্যৰ ভিত্তিত, কালি নিশা ধুবুৰীৰ ধৰ্মশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ…

আঁতৰত থাকিও পিতৃ–মাতৃৰ স্বাস্থ্যৰ যত্ন কেনেকৈ ল’ব

বিশেষ বাৰ্তা, ২৫ জুনঃ আজিকালি বেছিভাগ দম্পতীয়ে চাকৰিৰ কাৰণে অন্য চহৰত পিতৃ–মাতৃৰ পৰা আঁতৰি থাকে৷ ছুটীৰ দিনত বা বিশেষ অনুষ্ঠানত পিতৃ–মাতৃক লগ কৰিবলৈ আহে৷ ইয়াৰ সমান্তৰালভাৱে পিতৃ–মাতৃয়ে নিঃসংগতাও অনুভৱ কৰে৷ তেওঁলোকে সন্তানক মিছ কৰিবলৈ আৰম্ভ…

আমেৰিকাই ভাৰতক ওভতাব শতাধিক প্রাচীন শৈল্পিক কৃতি

বিশেষ বাৰ্তা, ২৫ জুনঃ আমেৰিকা ভ্রমণৰ অন্তিম দিনা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰে যে জ’ বাইডেন প্রশাসনে চুৰি হোৱা শতাধিক শৈল্পিক সামগ্রী ভাৰতলৈ ওভতাই দিয়াৰ সিদ্ধান্ত লৈছে৷ ৰ’নাল্ড ৰিগান চেণ্টাৰত প্রবাসী ভাৰতীয়সকলক সম্বোধি দিয়া ভাষণৰ…

নেদাৰলেণ্ডছত ৪,০০০ বছৰ পুৰণি সমাধিক্ষেত্র

বিশেষ বাৰ্তা, ২৫ জুনঃ ক’ৰবাত খাল, ক’ৰবাত সমাধিস্তূপ৷ বিয়পি আছে চৌদিশে৷ ৪০০০ বছৰীয়া পুৰণি এনে এক স্থান নেদাৰলেণ্ডছত আৱিষ্কাৰ কৰিছে প্রত্নতত্ত্ববিদসক৷ ধাৰণা কৰা হৈছে, ইংলেণ্ডৰ ষ্টোনহেঞ্জৰ দৰে এই বিশাল অঞ্চলো অতীতত সমাধিক্ষেত্র হিচাপে ব্যৱহাৰ…