নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত কোহলিৰ ৰহস্যজনক পোষ্ট

বিশেষ বাৰ্তা, ১৫ জুনঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পিছত সমালোচিত হৈছে ভাৰতীয় তাৰকা ক্রিকেটাৰসকল ৷ ৰোহিত শর্মা, শুভমন গিলৰ লগতে এই সমালোচনাৰ পৰা বাদ পৰা নাই বিৰাট কোহলিও ৷ অৱশ্যে বিৰাটে এনে সমালোচনাৰ প্রত্যুত্তৰ দিয়া নাই যদিও কিছুদিন…

পঞ্চায়ত নির্বাচনৰ পূর্বে  পশ্চিমবংগত তৃণমূল–আইএছএফৰ সংঘর্ষত নিহত ২

বিশেষ বাৰ্তা, ১৫ জুনঃ পঞ্চায়ত নির্বাচনৰ মনোনয়ন-পত্র জমা দিয়াৰ সময়ত তৃণমূল কংগ্রেছ (টিএমচি) আৰু ইণ্ডিয়ান ছেকুলাৰ ফ্রণ্ট (আইএছএফ)ৰ মাজত বোমা আৰু গুলীৰ যুদ্ধত অশান্ত হৈ পৰিল ভাঙড় অঞ্চল ৷ গুলীবিদ্ধ হৈ মৃত্যু হ’ল এজন আইএছএফ কর্মী আৰু এজন তৃণমূল…

গেইল কৰ্তৃপক্ষৰ হেমাহিঃ  দুৰ্ঘটনাপ্ৰৱণ পথলৈ ৰূপান্তৰ নাৰেংগী-চন্দ্ৰপুৰ পথ

মহানগৰ বাৰ্তা, ১৫ জুনঃ ভয়ংকৰ দুৰ্ঘটনাপ্ৰৱণ পথলৈ ৰূপান্তৰ হৈছে নাৰেংগী-চন্দ্ৰপুৰ পথ তথা হোমেন বৰগোহাঞি পথ। গেইল কৰ্তৃপক্ষৰ চূডা়ন্ত হেমাহিৰ পৰিণতিত শেষতীয়াকৈ পথটোৱে এনে ভয়ংকৰ ৰূপ লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে গেইল…

মৰিয়নিত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

বিশেষ বাৰ্তা, ১৫ জুনঃ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত কুশল কোঁ‌ৱৰ গাঁও পঞ্চায়তৰ উদ্যোগত সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আজি ৰাজহুৱাভাৱে অভিনন্দন জনোৱা হয় । এই…

আন্ত:ৰাজ্যিক গো-ধন পৰিবহণত স্বচ্ছতাৰ বাবে পৰিবহণ ৱেবপর্টেল মুকলি মন্ত্ৰী অতুল বৰাৰ

বিশেষ বাৰ্তা, ১৫ জুনঃ আন্ত:ৰাজ্যিক গো-ধন পৰিবহণৰ ক্ষেত্ৰত স্বচ্ছতা নিশ্চিত কৰাৰ লগতে গো-ধনৰ সুৰক্ষাৰ বাবে গো-ধন পৰিবহণ বিষয়ক এটা ৱেবপ’ৰ্টেল আজি মুকলি কৰে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই। অসম সচিবালয়ত থকা পশুপালন…

বতৰ বিজ্ঞান বিভাগে জনালে ‘বিপৰ্যয়’ৰ ৰেহৰূপ

বিশেষ বাৰ্তা, ১৫ জুনঃ বৃহস্পতিবাৰে এখন সংবাদমেল আয়োজন কৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই ঘূৰ্ণি বতাহ 'বিপৰ্যয়' সন্দৰ্ভত কেতবোৰ তথ্য প্ৰদান কৰে। সঞ্চালকপ্ৰধান মহাপাত্ৰই কয় যে লেণ্ডফল সন্ধিয়াৰ পৰা আৰম্ভ হ’ব…

শিঙৰাৰ পুনৰাবৃত্তিৰ আতংকত ত্ৰস্তমান লখিমপুৰৰ ৰঙানদীপৰীয়া

🟢লখিমপুৰৰ ৰঙানদীতো হব পাৰে শিঙৰাৰ পুনৰাবৃত্তি।  🟢বাঁহৰ গোজ পুতি মথাউৰি সুৰক্ষাৰ ব্যৱস্থা জলসম্পদ বিভাগৰ।  বিশেষ বাৰ্তা ১৫ জুনঃ লখিমপুৰত চিৰাচৰিতভাৱে কালিৰে পৰা আৰম্ভ হল বানৰ দুৰ্যোগ। শিঙৰা নৈয়ে মথাউৰি ছিঙি প্লাৱন সৃষ্টি কৰিছে জিলাখনত।…

অপৰিৱৰ্তিত লখিমপুৰৰ বান পৰিস্থিতি : বিপদসীমাৰ ওপৰেৰে বৈছে সোৱণশিৰি

বিশেষ বাৰ্তা, ১৫ জুনঃ লখিমপুৰৰ বান পৰিস্থিতিৰ আজি কোনো উন্নতি হোৱা দেখা পোৱা  নাই। বছৰটোৰ প্ৰথমটো বানত চিঙা শিঙৰা নৈৰ মথাউৰিয়েদি বোৱা প্ৰৱল সোঁতত  নাওঁবৈছা ৰাজহচক্ৰৰ ন ন অঞ্চল প্লাৱিত হৈ আছে। নাওবৈছা ৰাজহচক্ৰৰ অন্তগৰ্ত বালিটিকা, শলমৰীয়া,…

ছয়গাঁৱত ধুমুহাৰ তাণ্ডৱত বিস্তৰ ক্ষতি

নিয়মীয়া বাৰ্তা, ১৫ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাই বিস্তৰ ক্ষতি কৰাৰ লগতে কামৰূপ জিলাৰ ছয়গাঁৱৰ বিভিন্ন অঞ্চলৰ লগতে সাপৰটাৰীতো যোৱা নিশা ধুমুহাই ঘৰ-বাৰী তচনচ কৰে। হঠাতে অহা ধুমুহাই ছয়গাঁৱৰ টাৰীগাঁও ৰাজহ গাঁৱৰ সাপৰটাৰীৰ কেইবাটাও…

শুৱালকুছিৰ বালিচৰত দেশীয় সুৰাৰ ৰমৰমীয়া ব্যৱসায়

বিশেষ বাৰ্তা, ১৫ জুনঃ শুৱালকুছিৰ বালিচৰত আজি দীৰ্ঘদিন ধৰি বিনাদ্বিধাই চলি আছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়৷ আৰক্ষী-প্ৰশাসনৰ নিৰৱ আৰু নিৰ্বিকাৰ ভূমিকাই মদ ব্যৱসায়ী সকলক অধিক উৎসাহিত কৰি তুলিছে৷ উল্লেখ্য যে শুৱালকুছি অশোকাষ্টমী ক্ষেত্ৰৰ পৰা…