নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিআইডিক ভুল তথ্য হাছানুৰৰ : গোৱালপাৰাৰ জোনালী নাথৰ মৃত্যুৰ নতুন মোৰ

🔴কাঠৰ টুকুৰাৰে হাছানুৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল জোনালীক 🔴হত্যাকাৰী হাছানুৰ ইছলামৰ বাসগৃহত উদ্ধাৰ তেজৰ চেকুৰা থকা কাঠৰ টুকুৰা-জোনালীৰ ডায়েৰী 🔴চিআইডিক হাছানুৰে দিয়া তথ্য ভুল প্ৰমানিত।  বাৰ্তা ব্যুৰ, ১৫ জুনঃ গোৱালপাৰাৰ বিজেপি নেত্ৰী…

বিলাসীপাৰাত প্ৰেছ ক্লাবত পৱিত্ৰ মাৰ্ঘেৰিটাৰে মত বিনিময়

বিশেষ বাৰ্তা, ১৫ জুন : বিলাসীপাৰা প্ৰেছ ক্লাৱত আজি ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈ সাংবাদিকসকলৰ লগত মত বিনিময় কৰে৷ দুপৰীয়া বিলাসীপাৰা প্ৰেছ ক্লাৱৰ সভাপতি বাপ্পা সৰকাৰৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে…

ক্ষেত্ৰী-সোণাপুৰত পি এম কিষাণৰ পৰিপূৰ্ণতা অভিযানত কৃষকৰ ভিৰ

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে ২০১৮-১৯ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা কৃষক সন্মান নিধি আঁচনিয়ে বৰ্তমানলৈ দেশৰ প্ৰায় ১১ কোটি কৃষকক সামৰি লৈছে। কিন্তু অসমৰ বহুসংখ্যক হিতাধিকাৰী এতিয়াও এই আঁচনিত অন্তৰ্ভুক্ত…

মুক্তিৰ পূৰ্বেই প্ৰভাস-কৃতিৰ ‘আদিপুৰুষ’ৰ ৰেকৰ্ড

বিশেষ বাৰ্তা, ১৫ জুনঃ 'বাহুবলী' খ্যাত প্ৰভাস আৰু বলীউডৰ অভিনেত্ৰী কৃতি ছেননৰ ছবি 'আদিপুৰুষ' কাইলৈ ​​অৰ্থাৎ ১৬ জুনত ডাঙৰ পৰ্দাত মুক্তি পাব। ছবিখনক লৈ অনুৰাগীৰ মাজত ইমানেই উন্মাদনা আছিল যে মুক্তিৰ কেইবাদিনো আগতে তেওঁলোকে ইয়াৰ এডভান্স বুকিং…

তিনিচুকীয়াৰ বাৰেকুৰিত ড্ৰাগছৰ বিৰুদ্ধে যুৱ সংঘ-মহিলা সমিতিৰ সমদল

বিশেষ বাৰ্তা, ১৫ জুনঃ তিনিচুকীয়া জিলাৰ সৰ্বত্ৰ এতিয়া মাৰাত্মক ড্ৰাগছে ছানি ধৰিছে যুৱপ্ৰজন্মক, পংগু কৰি গৈছে এফালৰ পৰা ৷ তাকে লৈ আজি বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ পুৰণি মতাপুং কৰ্মবীৰ সংঘ আৰু পুৰণি মতাপুং শাখা মহিলা সমিতিৰ উদ্যোগত, স্থানীয় ৰাইজৰ…

নাজিৰাত সেনা বাহিনীৰ বেডমিণ্টন প্ৰতিযোগিতাৰ শুভাৰম্ভণি

নিয়মীয়া বাৰ্তা, ১৫ জুন : ইণ্ডিয়ান আৰ্মীৰ জয়পুৰ বেটেলিয়নৰ উদ্যোগত আৰু অসম বেডমিন্টন সন্থাৰ উদ্যোগত ডিব্ৰুগড়ৰৰ চৌকিডিঙী খেলপথাৰত ১৯ জুনৰ পৰা ২২ জুনলৈ অনুষ্ঠিত হ’ব ফাৰ্ষ্ট ৰেড চিল্ড আছাম বেডমিন্টন টুৰ্ণামেন্ট৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই…

নেৰানেপেৰা বৰষুণত জলমগ্ন বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়

নিয়মীয়া বাৰ্তা, ১৫ জুন : দুদিনমান ধৰি আহি থকা নেৰানেপেৰা বৰষুণে ভীষণ সমস্যা কঢ়িয়াই আনিছে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনলৈ। প্ৰতিবছৰে বৰষুণৰ পানীত ডুব যোৱা বিদ্যালয়খনৰ এইবাৰো যেন ব্যতিক্ৰম নহ'ল। ১৯৪৪ চনতে স্থাপিত বিদ্যালয়খনৰ পুনৰ নিৰ্মানৰ…

বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত নামভর্তিৰ বাবে প’র্টেল মুকলি

বিশেষ বাৰ্তা, ১৫ জুনঃ ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত্ নামভর্তিৰ বাবে উচ্চশিক্ষা বিভাগে আনুষ্ঠানিকভাৱে মুকলি কৰিছে এটা বিশেষ প’র্টেল৷ কেন্দ্রীয় চৰকাৰৰ ‘সমর্থ–ই–গভ’ৰ ভিত্তিত উচ্চ শিক্ষা বিভাগে প্রস্তুত কৰা এই প’র্টেলটো…

জাপানৰ আর্হিত গুৱাহাটী ৰে’লৱে ষ্টেচন নিৰ্মাণৰ লক্ষ্য

বিশেষ বাৰ্তা, ১৪ জুনঃ জাপানৰ ৰে’লৱে ষ্টেচনৰ আর্হিত অত্যাধুনিক ৰূপত নির্মাণ হ’ব গুৱাহাটী ৰে’লৱে ষ্টেচন৷ গুৱাহাটী ৰে’লৱে ষ্টেচনক আধুনিক ৰূপত গঢ় দিয়াৰ বাবেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু উত্তৰ–পূব…

ভয়ংকৰী ঘুৰ্ণি বিপৰ্যয়ৰ বাবে সষ্টম গুজৰাট

বিশেষ বাৰ্তা, ১৫ জুনঃ আৰব সাগৰৰ পৰা গুজৰাটৰ উপকূলৰ দিশে গতি কৰিছে ঘূৰ্ণীবতাহ বিপৰ্যয়। আগন্তুক কেইঘণ্টামানৰ ভিতৰতে স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। ধুমুহাৰ সৰ্বোচ্চ প্ৰভাৱ কুচ্চ আৰু সৌৰাষ্ট্ৰত হ’ব। ছুপাৰ চাইক্ল’নে সন্ধিয়া ৪-৫ বজাৰ ভিতৰত…