নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্ৰযান-৩ৰ নতুন ছবি মুকলি ইছৰোৰ

বিশেষ বাৰ্তা, ১৬ জুনঃ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই ভাৰতৰ অভিলাষী পৰিকল্পনা চন্দ্ৰযান-৩ৰ নতুন ছবি মুকলি কৰিছে। ইছৰোৰ অধ্যক্ষই শেহতীয়াকৈ চন্দ্ৰযান-৩ৰ প্ৰত্যাশিত উৎক্ষেপণৰ সময়সীমাৰ বিষয়ে জনোৱাৰ কিছুদিন পিছতে চন্দ্ৰযান-৩ৰ এই সতেজ…

বাক্সাত বাঢ়নী পানীত ৰূপহীয়ে নিলে দলং

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ শালবাৰীৰ ৰূপহী অঞ্চলত বাঢ়নী পানীৰ তাণ্ডৱত হাহাকাৰ অৱস্থাৰ সূচনা হয় । কালি মুষলধাৰ বৰষুণৰ ফলত ৰূপহী নদীৰ পানী বৃদ্ধি হোৱাত উটুৱাই নিয়ে বাঁ‌হৰ দলং। গুৰুত্বপূৰ্ণ বাঁ‌হৰ সাঁ‌কোখন…

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

বিশেষ বাৰ্তা, ১৬ জুনঃ আজি পুৱাৰ ভাগতে এক মৃদু ভূমিকম্পই জোকাৰি গল ৰাজ্যবাসীক। পুৱা ১০.১৭ বাজত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানত ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ খবৰ পোৱা গৈছে। ইফালে ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষতিৰ বাতৰি…

গুজৰাটত খুন্দা মৰাৰ পিছত ৰাজস্থানৰ দিশে ‘বিপৰ্যয়’

বিশেষ বাৰ্তা, ১৬ জুনঃ গুজৰাটৰ উপকূলত খুন্দা মৰাৰ পিছত কমিছে বিপৰ্যয়ৰ গতিবেগ। এতিয়া এই ধুমুহা ৰাজস্থানৰ দিশে আগবাঢ়িছে। দক্ষিণ ৰাজস্থানত বৰষুণৰ সম্ভাৱনা প্ৰকট হৈছে। ৰাজস্থানত ধুমুহাৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি তীব্ৰতৰ কৰা হৈছে। এন ডি আৰ…

ইউচিচিৰ সপক্ষত কেন্দ্ৰীয় চৰকাৰ : বিৰোধীৰ অভিযোগ ধৰ্মীয় মেৰুকৰণ

বিশেষ বাৰ্তা, ১৬ জুনঃ ইউনিফৰ্ম চিভিল কোড (ইউচিচি) সন্দৰ্ভত পুনৰ লোক আৰু স্বীকৃতিপ্ৰাপ্ত ধৰ্মীয় সংগঠনৰ মতামত বিচাৰিছে আইন আয়োগে। ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত এই সিদ্ধান্তক লৈ ৰাজনীতি তীব্ৰতৰ হৈ পৰিছে। ৰাজনৈতিক দলসমূহে কেন্দ্ৰীয় চৰকাৰক…

মৰ্মন্তুদ : ডিগবৈত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ লোকৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ এটা পৰিয়ালৰ ৫জন ব্যক্তি নিশা প্ৰায় ১ বজাত ডিব্ৰুগড়ৰ পৰা বিয়া খাই লিডু অভিমুখে উভতি অহাৰ সময়ত ডিগবৈ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোলাইৰ টাৰ্মিনেলৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে টাটা তিয়াগো…

“ছাৰ, আপোনাৰ ঘড়ীটো বৰ ধুনীয়া…” : ছাত্ৰক নিজৰ হাতঘড়ী উপহাৰ উপ-ৰাজ্যপালৰ

বিশেষ বাৰ্তা, ১৬ জুনঃ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই ডি পি এছ শ্ৰীনগৰ ভ্ৰমণ কৰি বিদ্যালয়খনৰ লাৰ্নিং ৰিচ’ৰ্চ চেণ্টাৰ (এল আৰ চি)ত উপস্থিত হৈ তাত ভিন্ন শিশুৰ সৈতে মত বিনিময় কৰে। এই সময়ছোৱাত উপ-ৰাজ্যপাল সিনহাই বহু ছাত্ৰ-ছাত্ৰীৰ সৈতে…

কৰিমগঞ্জৰ চুৰাইবাৰীত ৪৮ কোটি টকাৰ কফ ছিৰাপ জব্দ, আটক ২

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ কৰিমগঞ্জৰ চুৰাইবাৰী আৰক্ষীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। চুৰাইবাৰী আৰক্ষীয়ে অসম-ত্ৰিপুৰাৰ প্ৰৱেশদ্বাৰত তিনিখন পৃথক ট্ৰাকৰ পৰা প্ৰায় ৪৮ কোটি টকাৰ কফ ছিৰাপ জব্দ কৰিবলৈ সক্ষম…

বিশেষ লেখা : পাঠ্যক্রমৰ সৰু–ডাঙৰ নাই

বিভাষ দেৱ নাথ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভর্তি কৰা অধিকাংশ ছাত্র–ছাত্রীৰ লগতে পিতৃ–মাতৃ তথা বংশ–পৰিয়ালৰ এটা সপোন থাকে৷ সপোন ল’ৰাটোক বা ছোৱালীজনীক অভিযন্তা বা চিকিৎসক হিচাপে চোৱাৰ৷ পঢ়িবলৈ মন থাককেহ বা নাথাকক, বহুত ক্ষেত্রত নিজৰ…

আটাইতকৈ বেছি সুৰাপান কৰে ইউৰোপৰ ১০খন দেশে

📌 ‘হু’ৰ সমীক্ষাঃ বছৰি এজনে পান কৰে ৯.৫ লিটাৰ এলক’হল বিশেষ বাৰ্তা, ১৬ জুনঃ বিশ্বৰ ভিতৰত আটাইতকৈ বেছি সুৰাপান কৰে ইউৰোপীয় দেশৰ লোকসকলে৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ ২০২১ চনৰ সমীক্ষা অনুসৰি, ইউৰোপ মহাদেশত বিশ্বৰ অন্য প্রান্তৰ তুলনাত আটাইতকৈ…