নয়ডাত পোহনীয়া কুকুৰৰ প্রথমখন উদ্যান মুকলি
বিশেষ বাৰ্তা, ১৬ জুনঃ প্রথমবাৰৰ বাবে পোহনীয়া কুকুৰক পার্কত ফুৰোৱাৰ ব্যৱস্থা কৰা হ’ল নয়ডাত৷ কুকুৰৰ বাবে নয়ডাত গঢ়ি তোলা হৈছে এখন পার্ক৷ পোহনীয়া কুকুৰবোৰক এই পার্কত ফুৰাবলৈ আনিব পাৰিব গৰাকীয়ে৷ এই পার্কত একাধিক সেৱাৰ ব্যৱস্থাও ৰখা হৈছে পোহনীয়া…